এৰা-পৰলীয়াএৰাই পৰ্
এৰাই চল্ (Assamese) [ Roman: e.rai sol]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-23
English: avoid, slip away,
Assamese: এৰাই চল্, এৰাই ফুৰ্, কাটি খা, কাষৰি কাট্, ফালৰি কাট্, ফালৰি মাৰ্,
Khasi: kiar,
Garo: gele kata,
Nagamese: bad dia, cara
এৰাই চল্ (Assamese) [ Roman: e.rai sol]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-23
1. (Verb-Intran.) to keep at a distance or to take another direction at a distance. এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
Assamese: এৰাই চল্, এৰাই ফুৰ্, কাটি খা, কাষৰি কাট্, ফালৰি কাট্, ফালৰি মাৰ্,
Khasi: kiar,
Garo: gele kata,
Nagamese: bad dia, cara